Welcome to your Assam GK For Assam Police 5734 Vacancy Important Mcqs
In which year, Malladev acquired the title Narayan(Nara Narayan) মল্লাদেৱে কোন চনত নাৰায়ন উপাধি প্ৰাপ্ত কৰিছিল?
How many kings do you have during the Ahom Period? আহোম কালত মুঠ কিমানজন ৰজা হৈছিল?
Who is the writer of the novel ‘Halodhiya Soraye Baudhan Khai’ হালধীয়া চৰায়ে বাওধান খায় উপন্যাসৰ লেখক কোন?
Who among the following was the first President of the Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
Who among the following was the founder editor of the Assamese magazine ‘Prantik’ প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল
Kidney disease in man is caused by the pollutant মানৱ দেহৰ বৃক্কৰ বেমাৰ প্ৰদূহনৰ কাৰণে হয়
Who among the following appoints India’s Chief Election Commission ভাৰতৰ মুখ্য নিৰ্বাচন আয়োগক কোনে নিযুক্তি দিয়ে?
Delhi became the capital of India in দিল্লী ভাৰতৰ ৰাজধানী হয় ?
The revolt of 1857 had its beginning in ১৮৫৭ চনৰ বিদ্ৰোহৰ আৰম্ভণি হৈছিল
Who was the governor-general during the Revolt of 1857? ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল
In which years did Gandhiji started the Satyagraha Movement? গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন কোন চনৰ পৰা আৰম্ভ কৰিছিল
Who led the Salt Satyagraha movement along with Gandh? গান্ধীৰ লগত নিমখ সত্যাগ্ৰহ কোনে নেতৃত্ব কৰিছিল
The first Viceroy of India was ভাৰতৰ প্ৰথম ভাইচৰয় আছিল
The earliest king of Assam was অসমৰ সকলোতকৈ পুৰণি ৰজা হৈছে
Rang Ghar was constructed during the period of ৰং ঘৰ কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল?
ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? Who was the Governor of Assam at the time of India’s independence?
সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা আছে? Under what article of the Constitution does the President have the power to issue ordinances?
বিশ্ব বাণিজ্য সংস্থা ( World Tread Organization )ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? Where is the headquarters of the World Trade Organization located?
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? Who was the first Indian woman to receive the Jnanpith Award?
স্বাধীন ভাৰতত প্ৰথমখন অ – কংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল? Which state formed the first non-Congress government in independent India?
মহাকাশত উপনীত হোৱা প্ৰথম ব্যক্তি কোন আছিল? Who was the first person to reach space?
ভাৰতৰ সৰ্ববৃহৎ নিমখ উৎপাদক ৰাজ্য কোন খন? Which is the largest salt producing state in India?
৫১তম দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে? Who has received the 51st Dadasaheb Phalke Award?
ওড়িশাৰ দুখ বুলি কোন খন নদীক কোৱা হয়? Which river is called the sorrow of Odisha?
কামাখ্যা মন্দিৰ কোন জন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল? Which Koch king rebuilt the Kamakhya Temple?
সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল? Who discovered the solar system?
কাছাৰৰ পুৰণি নাম কি আছিল? What was the old name of Kachar?
মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদান বিধ কি? What is the most abundant nutrient in the human body?
অসমীয়া কেলেণ্ডাৰত কোনটো মাহ ৩২ দিনৰ হয়? Which month has 32 days in the Assamese calendar?
তলত দিয়া কোনখন ঠাইত কাগজকল নাই ? Which of the following places does not have a paper mill?
হিন্দী দিৱস কেতিয়া পালন কৰা হয়? When is Hindi Day celebrated?
কোন খন দেশৰ ৰাষ্ট্ৰীয় খেল Table Tennis? Table Tennis is the national sport of which country?
ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্য উৎপত্তি হৈছিল? At what period in history did the Ahom kingdom originate?
ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোন খন ? Which is the longest coastal state in India?
ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমান খন জিলা আছিল? How many districts were there in Assam at the time of India’s independence?